Physical Address

23,24,25 & 26, 2nd Floor, Software Technology Park India, Opp: Garware Stadium,MIDC, Chikalthana, Aurangabad, Maharashtra – 431001 India

Anuraag Baruah

Anuraag Baruah

ভাৰতৰ বনাঞ্চল প্ৰকৃততে বৃদ্ধি পাইছে নে?

দাবী যোৱা কেইবা বছৰ ধৰি ভাৰতৰ বনাঞ্চল ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে । তথ্য বিভ্ৰান্তিকৰ। ইণ্ডিয়া ষ্টেট অৱ ফৰেষ্ট ৰিপৰ্ট (ISFR)ত বৰ্তমানৰ ‘বন আৱৰণ’ৰ সংজ্ঞাই প্ৰাকৃতিক বনাঞ্চল আৰু বিভিন্ন বাগিচাৰ মাজত পাৰ্থক্য ৰখা নাই। ইয়াৰ ফলত চাহ বাগিচা, তামোল বাগিচা, আনকি…

দীপাৱলীৰ ‘গ্ৰীণ ক্ৰেকাৰ’ ‘গ্ৰীণৱাছিং’ৰ বাহিৰে আন একো নহয়!

দাবী সেউজীয়া ফটকা বা ‘গ্ৰীণ ক্ৰেকাৰ’ নিৰাপদ আৰু পৰিৱেশ অনুকূল । মানুহৰ বাবে বা পৰিৱেশৰ বাবে ইহঁত ক্ষতিকাৰক নহয় । তথ্য গ্ৰীণৱাছিং। গতানুগতিক ফটকাৰ সৈতে তুলনা কৰিলে ‘গ্ৰীণ ক্ৰেকাৰ’ৰ ফলত বায়ু আৰু শব্দ প্ৰদূষণ কিছু পৰিমাণেহে হ্ৰাস পায় আৰু তথাপিও…

২০২২ চনৰ ভিতৰত ১৭৫ গিগাৱাট নবীকৰণযোগ্য শক্তিৰ লক্ষ্যত ভাৰত প্ৰায় উপনীত হৈছে নেকি?

দাবী ভাৰতে ২০২২ চনৰ ভিতৰত ১৭৫ গিগাৱাট স্থাপিত নবীকৰণযোগ্য শক্তি ক্ষমতাৰ লক্ষ্যত প্ৰায় উপনীত হৈছে । ২০২২ চনৰ মাৰ্চ মাহলৈকে ভাৰতে ১৫৯.৯৫ গিগাৱাট স্থাপিত নবীকৰণযোগ্য শক্তি ক্ষমতা লাভ কৰিবলৈ সক্ষম হৈছে । তথ্য বিভ্ৰান্তিকৰ। ভাৰতৰ ২০২২ চনৰ ভিতৰত ১৭৫ গিগাৱাট…

জলবায়ু পৰিৱৰ্তনে উত্তৰ-পূব ভাৰতৰ থলুৱা খাদ্যত কেনেকৈ প্ৰভাৱ পেলাইছে

উত্তৰ-পূব ভাৰতৰ এটা প্ৰধান থলুৱা সম্প্ৰদায় কাৰ্বিসকলৰ বাবে তেওঁলোকৰ কিছুমান পৰম্পৰাগত খাদ্যবস্তুৰ উৎপত্তিৰ সৈতে পৃথিৱীৰ উৎপত্তি সম্পৰ্কীয় লোককথাৰ সম্পৰ্ক আছে । এক জনপ্ৰিয় কাৰ্বি লোককথা অনুসৰি তেওঁলোকৰ পৰম দেৱতা হেম্ফুই পৃথিৱী সৃষ্টি কৰাৰ পিছত আন দেৱতা ছাইৰিকপো আৰু মাইৰিকপোৱে পৃথিৱীৰ…

‘গ্ৰীণৱাছিং’ কি আৰু জলবায়ু পৰিৱৰ্তনৰ সৈতে ইয়াৰ কি সম্পৰ্ক?

বাস্তৱতকৈ জলবায়ু আৰু পৰিৱেশৰ সৈতে অধিক বন্ধুত্বসুলভ যেন দেখাবলৈ বিজ্ঞাপন আৰু ৰাজহুৱা বাৰ্তা ব্যৱস্থা ব্যৱহাৰ কৰাটোক ‘গ্ৰীণৱাছিং’ বোলা হয় ।  কেম্ব্ৰিজ অভিধানৰ মতে, গ্ৰীণৱাছিং হৈছে মানুহক “কোনো কোম্পানীয়ে প্ৰকৃততে যিমানখিনি পৰিৱেশ সুৰক্ষাৰ বাবে কাম কৰিছে তাতকৈ অধিক কাম কৰি আছে…

পৃথিৱীজুৰি সদ্য চৰ্চিত ‘COP27’ মানে কি? জানো আহক

যদি আপুনি শেহতীয়াকৈ টুইটাৰ বা ফেচবুক বা আন ঠাইত ‘COP27’ শব্দটো দেখিছে আৰু ইয়াৰ বিষয়ে জানিব বিচাৰিছে, তেন্তে এই লেখাটো পঢ়ক!  ‘COP’ নামৰ সংক্ষিপ্ত ৰূপটোৱে কি বুজায়? COP মানে ‘Conference Of Parties’ আৰু ই ৰাষ্ট্ৰসংঘই আয়োজন কৰা বিশ্ব নেতাসকলৰ ‘জলবায়ু…

২০৬০ চনৰ ভিতৰত জলবায়ু পৰিৱৰ্তনে উত্তৰ ভাৰতত পানীৰ উপলব্ধতাৰ প্ৰতি গুৰুতৰ ভাবুকি কঢ়িয়াই আনিব পাৰে

দেশৰ সৰ্বাধিক জনবহুল অঞ্চল উত্তৰ ভাৰতত জলবায়ু পৰিৱৰ্তনে পানীৰ উপলব্ধতাৰ প্ৰতি ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে। তিব্বতৰ মালভূমিত পানী সংৰক্ষণৰ ওপৰত আজিলৈকে হোৱা আটাইতকৈ ব্যাপক অধ্যয়ন হিচাপে গণ্য কৰা শেহতীয়া এক অধ্যয়ন অনুসৰি, উত্তৰ ভাৰত আৰু ইয়াৰ কাষৰীয়া এছিয়াৰ অঞ্চলসমূহে, দুৰ্বল…

পৃথিৱীয়ে আটাইতকৈ চুটি দিনৰ অভিলেখ গঢ়িলে, জলবায়ু পৰিৱৰ্তন পাৰে কাৰণ

English Translated by: Manjori Borkotoky পৃথিৱীৰ ঘূৰ্ণনৰ হাৰ বৃদ্ধি পাইছে আৰু শেহতীয়াকৈ গ্ৰহটোৱে আটাইতকৈ চুটি দিনটোৰ বাবে এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে পৃথিৱীৰ অক্ষত বেছি বেগেৰে ঘূৰিব ধৰা পৰিঘটনাটো জলবায়ু পৰিৱৰ্তনৰ বাবেই হোৱাৰ সম্ভাৱনা আছে গ্ৰহটোৰ ঘূৰ্ণনৰ অক্ষৰ তুলনাত…

আপুনিও এই বৈদ্যুতিক বাহন সম্পৰ্কীয় বিভ্ৰান্তিমূলক তথ্য সমূহৰ চিকাৰ হৈছে নেকি?

English Translated by: Manjori Borkotoky বৈদ্যুতিক বাহন বা (Electrical Vehicle – EV) ইভি হৈছে এনে এখন বাহন যিয়ে প্ৰপালচনৰ বাবে বা চালিত হবলৈ বৈদ্যুতিক মটৰ ব্যৱহাৰ কৰে । এনে বাহনৰ ইঞ্জিন আভ্যন্তৰীণ-দহন ইঞ্জিন ব্যৱস্থাৰ দৰে নহয় যিয়ে চালিত হবলৈ বা…

কিদৰে জলবায়ু পৰিৱৰ্তনে উত্তৰ-পূব ভাৰতৰ বানপানীক অধিক ভয়াৱহ কৰি তুলিছে

English Translated by : Manjori Borkotoky “বৰষুণৰ দেৱতা কেতিয়াও ইমান নিৰ্দয় হোৱা নাছিল। শেষবাৰৰ বাবে কেতিয়া এনে হৈছিল মনত পেলাব পৰা নাই, ইমান কম সময়ৰ ভিতৰত ইমান বৰষুণ!’-অসমৰ মৰিগাঁও জিলাৰ এজন প্ৰান্তীয় কৃষক মুকুট দাসে কয়। দাসে হয়তো তেওঁৰ বক্তব্যত…