Physical Address

23,24,25 & 26, 2nd Floor, Software Technology Park India, Opp: Garware Stadium,MIDC, Chikalthana, Aurangabad, Maharashtra – 431001 India

Category Feature

২০২৩ চনৰ জি-২০ শীৰ্ষ সন্মিলনৰ পৰা জলবায়ুৰ টেক-এৱে

Translated By: Pranjal Sharma ২০২৩ চনৰ ৯ আৰু ১০ ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত জি-২০ নেতা সন্মিলনত বৰ্ধিত উষ্ণতা আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। সদস্য ৰাষ্ট্ৰসমূহে স্বীকাৰ কৰে যে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে…

ভাৰতে গ্ৰীষ্মপ্ৰৱাহৰ সম্মুখীন হোৱাৰ সময়তে ইয়াক ৰাষ্ট্ৰীয় দুৰ্যোগ তালিকাত অন্তৰ্ভুক্ত কৰাৰ আবেদন সাংসদৰ 

Translated by: Debanjana Baishya ভাৰতত গ্ৰীষ্মপ্ৰৱাহৰ ক্ৰমবৰ্ধমান প্ৰভাৱৰ বাবে এতিয়া ভাৰতৰ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে সামৰি লোৱা দুৰ্যোগৰ ৰাষ্ট্ৰীয় তালিকাত ইয়াক অন্তৰ্ভুক্ত কৰাৰ দাবী উত্থাপন কৰা হৈছে। দেশজুৰি সঘনাই গ্ৰীষ্মপ্ৰৱাহে সৃষ্টি কৰা জনস্বাস্থ্য সংকটৰ সমাধানৰ বাবে অসমৰ পৰা…

ভাৰতৰ নতুন বন বিধেয়কখনে কেনেদৰে দেশৰ বনাঞ্চলসমুহলৈ বিপদত মাতিছে

লোকসভাই যোৱা ২৬ জুলাইত বন (সংৰক্ষণ) সংশোধনী বিধেয়ক ২০২৩ত অনুমোদন জনাইছিল আৰু বিশেষ বিতৰ্ক নোহোৱাকৈয়ে এই কামটো হৈছিল। সমিতিৰ সদস্য আৰু ৰাজ্যসমূহৰ তৰফৰ পৰা বিধেয়কখনে বৰ্তমানৰ বনাঞ্চলসমূহ সংৰক্ষণ আৰু ৰক্ষণাবেক্ষণ দিয়া লক্ষ্যটোক ক্ষতিগ্ৰস্ত কৰিব বুলি বিৰোধ মত থকাৰ পাছতো যোৱা…

ভাৰতৰ নতুন বন সংৰক্ষণ বিধেয়ক: আশীৰ্বাদ নে অশান্তি?

By Aayshi Sharma (Translated by Pranjal A Sharma) ভাৰতৰ চৰকাৰে বন (সংৰক্ষণ) আইন, ১৯৮০ সংশোধনৰ উদ্দেশ্যে যোৱা ২৯ মাৰ্চত লোকসভাত উত্থাপন কৰিছিল নতুন বন (সংৰক্ষণ) সংশোধনী বিধেয়ক, ২০২৩ ।নতুন বিধেয়ক অনুসৰি কিছুমান বিশেষ ধৰণৰ বনভূমি এতিয়াৰ পৰা আৰু আইনগতভাৱে সংৰক্ষিত…

সমীক্ষাত অংশগ্ৰহনকাৰী ৭২% লোকে জীৱনৰ কোনো এটা মুহূৰ্তত জলবায়ুজনিত উদ্বিগ্নতাৰ চিকাৰ হৈছেঃ ক্লাইমেট ফেক্ট চেক ভাৰতৰ সমীক্ষা

আয়ুসী শৰ্মা ২৩ মাৰ্চৰ বিশ্ব বতৰ বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি ক্লাইমেট ফেক্ট চেকে তেওঁলোকৰ ভাৰতীয় পঢ়ুৱৈ আৰু চাবস্ক্ৰাইবাৰসকলৰ মাজত তেওঁলোকৰ বতৰ বিজ্ঞানৰ বিভিন্ন দিশ সন্দৰ্ভত থকা দৃষ্টিভংগী জনাৰ বাবে এক সমীক্ষা চলাইছিল। এই সমীক্ষাটোৱে কিছুসংখ্যক লোকে পৰম্পৰাগত ধৰণৰ ওপৰত…

ভাৰতৰ প্ৰথম লিথিয়ামৰ সন্ধান: আশা আৰু উদ্বেগ

শেহতীয়াকৈ কেন্দ্ৰীয় খনি মন্ত্ৰালয়ে ঘোষণা কৰিছে যে জম্মু-কাশ্মীৰত লিথিয়ামৰ মজুত পোৱা গৈছে, যিটো দেশৰ ভিতৰতে প্ৰথম । ভাৰতীয় ভূতাত্ত্বিক জৰীপে জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাৰ ছালাল-হাইমানা অঞ্চলত ৫৯ লাখ টন অনুমানিক লিথিয়াম সম্পদৰ সম্ভেদ লাভ কৰিছে । কিন্তু সম্পদটো “অনুমান” কৰা হৈছে…

জলবায়ু পৰিৱৰ্তনৰ বাবে ‘মৰাণ শিলাবৃষ্টি’ৰ দৰে ঘটনা সঘনাই সংঘটিত হৈছে নেকি?

শেহতীয়াকৈ ২০২২ চনৰ ২৭ ডিচেম্বৰত অসমৰ ডিব্ৰুগড় জিলাত ভয়াৱহ শিলাবৃষ্টিৰ ফলত বিস্তৰ ক্ষতি হৈছিল। খবৰ অনুসৰি প্ৰায় ৫০০ ঘৰৰ ক্ষতিসাধন হৈছিল । উক্ত শিলাবৃষ্টিৰ বিভিন্ন ফটো আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল । শিলাবৃষ্টিৰ ধুমুহাই লাহোৱাল, লেকাই, মৰাণ, টিংখাং,…

COP27 | লছ এণ্ড ডেমেজ পুঁজিৰ সৃষ্টি হ’ল যদিও ভাৰতৰ সকলো জীৱাশ্ম ইন্ধন পৰ্যায়ক্ৰমে বন্ধ কৰাৰ প্ৰস্তাৱক আওকাণ কৰা হ’ল

প্ৰায় তিনি দশক ধৰি উন্নয়নশীল দেশসমূহে গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত হোৱা ধ্বংসাত্মক ধুমুহা, গৰমৰ ঢৌ আৰু খৰাঙৰ খৰচৰ ক্ষতিপূৰণ দিবলৈ ধনী, উন্নত ৰাষ্ট্ৰৰ পৰা লোকচান আৰু ক্ষতিৰ বাবে ধন বিচাৰি আহিছে। ইজিপ্তত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ জলবায়ু শীৰ্ষ সন্মিলনত অৱশেষত এই…

ভাৰতে COP27ত ‘LiFE’ৰ প্ৰচাৰ কৰিছে কিন্তু গ্ৰেট নিকোবৰৰ দ্বীপত প্ৰায় ৮.৫ লাখ গছ কাটিবলৈ অনুমতি প্ৰদান কৰিছে

২০২২ চনৰ ৪ নৱেম্বৰত COP27 আৰম্ভ হোৱাৰ মাত্ৰ দুদিন পূৰ্বে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী শ্ৰী ভূপেন্দৰ যাদৱৰ নেতৃত্বত কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ে এটা মেগা উন্নয়ন প্ৰকল্পৰ বাবে গ্ৰেট নিকোবাৰ দ্বীপত প্ৰায় ১৩০.৭৫ কিলোমিটাৰ বৰ্গক্ষেত্ৰৰ বনাঞ্চলৰ ডাইভাৰচনৰ বাবে চূড়ান্ত…

COP27ত ভাৰতীয় এজেণ্ডাত কি আছে জানো আহক!

অৱশেষত ২০২২ চনৰ ৬ নৱেম্বৰৰ পৰা ইজিপ্তৰ শ্বাৰম এল-শ্বেখত আৰম্ভ হৈছে বহু প্ৰত্যাশিত ৰাষ্ট্ৰসংঘৰ জলবায়ু সন্মিলন COP27 । এই সন্মিলনত ৪৫ হাজাৰৰো অধিক পঞ্জীয়নভুক্ত অংশগ্ৰহণকাৰী আৰু ১২০ জনতকৈ অধিক ৰাষ্ট্ৰ আৰু চৰকাৰৰ মুৰব্বীয়ে অংশগ্ৰহণ কৰিছে। ভাৰতীয় প্ৰতিনিধি দলটোৰ নেতৃত্বত আছিল…