Category Fact Check

গোলকীয় উষ্ণতা বৃদ্ধি যদি বাস্তৱ হয় তেন্তে ইমান ঠাণ্ডা কিয়?

দাবী গ্ল’বেল ৱাৰ্মিং বুলি একো নাই, নহ’লে শীতকাল ইমান ঠাণ্ডা নহ’লহেঁতেন। তথ্য গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত শীতকাল অধিক ঠাণ্ডা আৰু অধিক ভয়াৱহ হ’ব পাৰে। তেওঁলোকে কি দাবী কৰে ছ’চিয়েল মিডিয়াত একাধিক পোষ্ট কৰা হৈছে যে গোলকীয় উষ্ণতা বাস্তৱিক নহয় কাৰণ…

ভাৰতৰ বনাঞ্চল প্ৰকৃততে বৃদ্ধি পাইছে নে?

দাবী যোৱা কেইবা বছৰ ধৰি ভাৰতৰ বনাঞ্চল ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে । তথ্য বিভ্ৰান্তিকৰ। ইণ্ডিয়া ষ্টেট অৱ ফৰেষ্ট ৰিপৰ্ট (ISFR)ত বৰ্তমানৰ ‘বন আৱৰণ’ৰ সংজ্ঞাই প্ৰাকৃতিক বনাঞ্চল আৰু বিভিন্ন বাগিচাৰ মাজত পাৰ্থক্য ৰখা নাই। ইয়াৰ ফলত চাহ বাগিচা, তামোল বাগিচা, আনকি…

দীপাৱলীৰ ‘গ্ৰীণ ক্ৰেকাৰ’ ‘গ্ৰীণৱাছিং’ৰ বাহিৰে আন একো নহয়!

দাবী সেউজীয়া ফটকা বা ‘গ্ৰীণ ক্ৰেকাৰ’ নিৰাপদ আৰু পৰিৱেশ অনুকূল । মানুহৰ বাবে বা পৰিৱেশৰ বাবে ইহঁত ক্ষতিকাৰক নহয় । তথ্য গ্ৰীণৱাছিং। গতানুগতিক ফটকাৰ সৈতে তুলনা কৰিলে ‘গ্ৰীণ ক্ৰেকাৰ’ৰ ফলত বায়ু আৰু শব্দ প্ৰদূষণ কিছু পৰিমাণেহে হ্ৰাস পায় আৰু তথাপিও…

২০২২ চনৰ ভিতৰত ১৭৫ গিগাৱাট নবীকৰণযোগ্য শক্তিৰ লক্ষ্যত ভাৰত প্ৰায় উপনীত হৈছে নেকি?

দাবী ভাৰতে ২০২২ চনৰ ভিতৰত ১৭৫ গিগাৱাট স্থাপিত নবীকৰণযোগ্য শক্তি ক্ষমতাৰ লক্ষ্যত প্ৰায় উপনীত হৈছে । ২০২২ চনৰ মাৰ্চ মাহলৈকে ভাৰতে ১৫৯.৯৫ গিগাৱাট স্থাপিত নবীকৰণযোগ্য শক্তি ক্ষমতা লাভ কৰিবলৈ সক্ষম হৈছে । তথ্য বিভ্ৰান্তিকৰ। ভাৰতৰ ২০২২ চনৰ ভিতৰত ১৭৫ গিগাৱাট…

ভাৰততছিংগল ইউজ প্লাষ্টিক ওপৰত নিষেধাজ্ঞা: এক বাস্তৱতা পৰীক্ষা

English ছ’চিয়েল মিডিয়াত সক্ৰিয় যিকোনো ব্যক্তিয়ে নিশ্চয়কৈ বন্যপ্ৰাণী বিশেষকৈ জলজ জীৱবোৰে শ্বাসৰুদ্ধ হৈ মূৰ বা ডিঙি প্লাষ্টিকৰ আৱৰ্জনাত আবদ্ধ হৈ থকা, কেতিয়াবা আনকি প্লাষ্টিক সেৱনৰ ফলত বিপৰ্যয়জনক পৰিণতিৰ অসংখ্য পোষ্ট আৰু ছবিৰ সন্মুখীন হ’বলগীয়া হৈছে। ‘ৰেপাৰ’ৰ পৰা আৰম্ভ কৰি কেৰী…

আপুনিও এই বৈদ্যুতিক বাহন সম্পৰ্কীয় বিভ্ৰান্তিমূলক তথ্য সমূহৰ চিকাৰ হৈছে নেকি?

English Translated by: Manjori Borkotoky বৈদ্যুতিক বাহন বা (Electrical Vehicle – EV) ইভি হৈছে এনে এখন বাহন যিয়ে প্ৰপালচনৰ বাবে বা চালিত হবলৈ বৈদ্যুতিক মটৰ ব্যৱহাৰ কৰে । এনে বাহনৰ ইঞ্জিন আভ্যন্তৰীণ-দহন ইঞ্জিন ব্যৱস্থাৰ দৰে নহয় যিয়ে চালিত হবলৈ বা…