Category Green Washing

দীপাৱলীৰ ‘গ্ৰীণ ক্ৰেকাৰ’ ‘গ্ৰীণৱাছিং’ৰ বাহিৰে আন একো নহয়!

দাবী সেউজীয়া ফটকা বা ‘গ্ৰীণ ক্ৰেকাৰ’ নিৰাপদ আৰু পৰিৱেশ অনুকূল । মানুহৰ বাবে বা পৰিৱেশৰ বাবে ইহঁত ক্ষতিকাৰক নহয় । তথ্য গ্ৰীণৱাছিং। গতানুগতিক ফটকাৰ সৈতে তুলনা কৰিলে ‘গ্ৰীণ ক্ৰেকাৰ’ৰ ফলত বায়ু আৰু শব্দ প্ৰদূষণ কিছু পৰিমাণেহে হ্ৰাস পায় আৰু তথাপিও…

‘গ্ৰীণৱাছিং’ কি আৰু জলবায়ু পৰিৱৰ্তনৰ সৈতে ইয়াৰ কি সম্পৰ্ক?

বাস্তৱতকৈ জলবায়ু আৰু পৰিৱেশৰ সৈতে অধিক বন্ধুত্বসুলভ যেন দেখাবলৈ বিজ্ঞাপন আৰু ৰাজহুৱা বাৰ্তা ব্যৱস্থা ব্যৱহাৰ কৰাটোক ‘গ্ৰীণৱাছিং’ বোলা হয় ।  কেম্ব্ৰিজ অভিধানৰ মতে, গ্ৰীণৱাছিং হৈছে মানুহক “কোনো কোম্পানীয়ে প্ৰকৃততে যিমানখিনি পৰিৱেশ সুৰক্ষাৰ বাবে কাম কৰিছে তাতকৈ অধিক কাম কৰি আছে…