CFC India

CFC India

ভাৰতৰ নতুন বন বিধেয়কখনে কেনেদৰে দেশৰ বনাঞ্চলসমুহলৈ বিপদত মাতিছে

লোকসভাই যোৱা ২৬ জুলাইত বন (সংৰক্ষণ) সংশোধনী বিধেয়ক ২০২৩ত অনুমোদন জনাইছিল আৰু বিশেষ বিতৰ্ক নোহোৱাকৈয়ে এই কামটো হৈছিল। সমিতিৰ সদস্য আৰু ৰাজ্যসমূহৰ তৰফৰ পৰা বিধেয়কখনে বৰ্তমানৰ বনাঞ্চলসমূহ সংৰক্ষণ আৰু ৰক্ষণাবেক্ষণ দিয়া লক্ষ্যটোক ক্ষতিগ্ৰস্ত কৰিব বুলি বিৰোধ মত থকাৰ পাছতো যোৱা…