Physical Address

23,24,25 & 26, 2nd Floor, Software Technology Park India, Opp: Garware Stadium,MIDC, Chikalthana, Aurangabad, Maharashtra – 431001 India

Tag Globalwarming

ভাৰতৰ নতুন বন সংৰক্ষণ বিধেয়ক: আশীৰ্বাদ নে অশান্তি?

By Aayshi Sharma (Translated by Pranjal A Sharma) ভাৰতৰ চৰকাৰে বন (সংৰক্ষণ) আইন, ১৯৮০ সংশোধনৰ উদ্দেশ্যে যোৱা ২৯ মাৰ্চত লোকসভাত উত্থাপন কৰিছিল নতুন বন (সংৰক্ষণ) সংশোধনী বিধেয়ক, ২০২৩ ।নতুন বিধেয়ক অনুসৰি কিছুমান বিশেষ ধৰণৰ বনভূমি এতিয়াৰ পৰা আৰু আইনগতভাৱে সংৰক্ষিত…

২০২৩ চনত ভাৰতত ভয়াৱহ খৰাং পৰিস্থিতিৰ সৃষ্টি কৰিব পৰা এল নিনো আচলতে কি?

‘এল নিনো’ৰ স্পেনিছ ভাষাত অৰ্থ হ’ল “সৰু ল’ৰা” বা “ক্ৰাইষ্ট চাইল্ড”। NOAৰ মতে, ১৬০০ চনত দক্ষিণ আমেৰিকাৰ মাছমৰীয়াসকলে প্ৰথমবাৰৰ বাবে প্ৰশান্ত মহাসাগৰত পানীৰ অস্বাভাৱিক উষ্ণতা লক্ষ্য কৰাৰ পাছত এই নামটোৰ জন্ম হৈছিল। তেতিয়া ব্যৱহাৰ কৰা সম্পূৰ্ণ নামটো আছিল ‘এল নিনো…

জলবায়ু পৰিৱৰ্তনৰ বাবে ‘মৰাণ শিলাবৃষ্টি’ৰ দৰে ঘটনা সঘনাই সংঘটিত হৈছে নেকি?

শেহতীয়াকৈ ২০২২ চনৰ ২৭ ডিচেম্বৰত অসমৰ ডিব্ৰুগড় জিলাত ভয়াৱহ শিলাবৃষ্টিৰ ফলত বিস্তৰ ক্ষতি হৈছিল। খবৰ অনুসৰি প্ৰায় ৫০০ ঘৰৰ ক্ষতিসাধন হৈছিল । উক্ত শিলাবৃষ্টিৰ বিভিন্ন ফটো আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল । শিলাবৃষ্টিৰ ধুমুহাই লাহোৱাল, লেকাই, মৰাণ, টিংখাং,…

গোলকীয় উষ্ণতা বৃদ্ধি যদি বাস্তৱ হয় তেন্তে ইমান ঠাণ্ডা কিয়?

দাবী গ্ল’বেল ৱাৰ্মিং বুলি একো নাই, নহ’লে শীতকাল ইমান ঠাণ্ডা নহ’লহেঁতেন। তথ্য গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত শীতকাল অধিক ঠাণ্ডা আৰু অধিক ভয়াৱহ হ’ব পাৰে। তেওঁলোকে কি দাবী কৰে ছ’চিয়েল মিডিয়াত একাধিক পোষ্ট কৰা হৈছে যে গোলকীয় উষ্ণতা বাস্তৱিক নহয় কাৰণ…

COP27 | লছ এণ্ড ডেমেজ পুঁজিৰ সৃষ্টি হ’ল যদিও ভাৰতৰ সকলো জীৱাশ্ম ইন্ধন পৰ্যায়ক্ৰমে বন্ধ কৰাৰ প্ৰস্তাৱক আওকাণ কৰা হ’ল

প্ৰায় তিনি দশক ধৰি উন্নয়নশীল দেশসমূহে গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত হোৱা ধ্বংসাত্মক ধুমুহা, গৰমৰ ঢৌ আৰু খৰাঙৰ খৰচৰ ক্ষতিপূৰণ দিবলৈ ধনী, উন্নত ৰাষ্ট্ৰৰ পৰা লোকচান আৰু ক্ষতিৰ বাবে ধন বিচাৰি আহিছে। ইজিপ্তত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ জলবায়ু শীৰ্ষ সন্মিলনত অৱশেষত এই…

ভাৰতে COP27ত ‘LiFE’ৰ প্ৰচাৰ কৰিছে কিন্তু গ্ৰেট নিকোবৰৰ দ্বীপত প্ৰায় ৮.৫ লাখ গছ কাটিবলৈ অনুমতি প্ৰদান কৰিছে

২০২২ চনৰ ৪ নৱেম্বৰত COP27 আৰম্ভ হোৱাৰ মাত্ৰ দুদিন পূৰ্বে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী শ্ৰী ভূপেন্দৰ যাদৱৰ নেতৃত্বত কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ে এটা মেগা উন্নয়ন প্ৰকল্পৰ বাবে গ্ৰেট নিকোবাৰ দ্বীপত প্ৰায় ১৩০.৭৫ কিলোমিটাৰ বৰ্গক্ষেত্ৰৰ বনাঞ্চলৰ ডাইভাৰচনৰ বাবে চূড়ান্ত…

COP27ত ভাৰতীয় এজেণ্ডাত কি আছে জানো আহক!

অৱশেষত ২০২২ চনৰ ৬ নৱেম্বৰৰ পৰা ইজিপ্তৰ শ্বাৰম এল-শ্বেখত আৰম্ভ হৈছে বহু প্ৰত্যাশিত ৰাষ্ট্ৰসংঘৰ জলবায়ু সন্মিলন COP27 । এই সন্মিলনত ৪৫ হাজাৰৰো অধিক পঞ্জীয়নভুক্ত অংশগ্ৰহণকাৰী আৰু ১২০ জনতকৈ অধিক ৰাষ্ট্ৰ আৰু চৰকাৰৰ মুৰব্বীয়ে অংশগ্ৰহণ কৰিছে। ভাৰতীয় প্ৰতিনিধি দলটোৰ নেতৃত্বত আছিল…

২০২২ চনৰ প্ৰথম ৯ মাহত ভাৰতত প্ৰায় প্ৰতিদিনে এক চৰম বতৰৰ পৰিঘটনা দেখা গৈছিল, অসম আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত

২০২২ চনৰ জানুৱাৰীৰ পৰা ছেপ্টেম্বৰ মাহলৈকে ২৭৩ দিনৰ ভিতৰত ২৪১ দিনত ভাৰতত চৰম বতৰৰ পৰিঘটনা ৰেকৰ্ড কৰা হৈছিল। ই প্ৰমাণ কৰিছে যে চলিত বৰ্ষৰ প্ৰথম ৯ মাহৰ প্ৰায় ৯০ শতাংশ সময় দেশৰ এখন বা ততোধিক ঠাই চৰম বতৰৰ পৰিঘটনাৰ সাক্ষী…

ভাৰতৰ নগৰীয়া অৰণ্যসমূহ জলবায়ু পৰিৱৰ্তনৰ বাবে সৰ্বাধিক প্ৰতিকুল পৰিস্থিতিৰ সন্মুখীন হ’ব পাৰে: অধ্যয়ন

বিশ্বব্যাপী এক অধ্যয়নত দেখা গৈছে যে নতুন দিল্লীৰ ৮৬% নগৰীয়া গছৰ প্ৰজাতি আৰু বেংগালুৰুৰ ৭০% নগৰীয়া গছৰ প্ৰজাতিয়ে বৰ্তমান উষ্ণতা সহনশীলতা অতিক্ৰম কৰিছে । নেচাৰ ক্লাইমেট চেঞ্জ নামৰ আলোচনীখনত প্ৰকাশিত গৱেষণাৰ জৰিয়তে ভৱিষ্যদ্বাণী কৰা হৈছে যে ভৱিষ্যতে এই অনুপাত বৃদ্ধি…

ভাৰতৰ বনাঞ্চল প্ৰকৃততে বৃদ্ধি পাইছে নে?

দাবী যোৱা কেইবা বছৰ ধৰি ভাৰতৰ বনাঞ্চল ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে । তথ্য বিভ্ৰান্তিকৰ। ইণ্ডিয়া ষ্টেট অৱ ফৰেষ্ট ৰিপৰ্ট (ISFR)ত বৰ্তমানৰ ‘বন আৱৰণ’ৰ সংজ্ঞাই প্ৰাকৃতিক বনাঞ্চল আৰু বিভিন্ন বাগিচাৰ মাজত পাৰ্থক্য ৰখা নাই। ইয়াৰ ফলত চাহ বাগিচা, তামোল বাগিচা, আনকি…