Physical Address

23,24,25 & 26, 2nd Floor, Software Technology Park India, Opp: Garware Stadium,MIDC, Chikalthana, Aurangabad, Maharashtra – 431001 India

Tag Assamese

ভাৰতৰ নতুন বন সংৰক্ষণ বিধেয়ক: আশীৰ্বাদ নে অশান্তি?

By Aayshi Sharma (Translated by Pranjal A Sharma) ভাৰতৰ চৰকাৰে বন (সংৰক্ষণ) আইন, ১৯৮০ সংশোধনৰ উদ্দেশ্যে যোৱা ২৯ মাৰ্চত লোকসভাত উত্থাপন কৰিছিল নতুন বন (সংৰক্ষণ) সংশোধনী বিধেয়ক, ২০২৩ ।নতুন বিধেয়ক অনুসৰি কিছুমান বিশেষ ধৰণৰ বনভূমি এতিয়াৰ পৰা আৰু আইনগতভাৱে সংৰক্ষিত…

সমীক্ষাত অংশগ্ৰহনকাৰী ৭২% লোকে জীৱনৰ কোনো এটা মুহূৰ্তত জলবায়ুজনিত উদ্বিগ্নতাৰ চিকাৰ হৈছেঃ ক্লাইমেট ফেক্ট চেক ভাৰতৰ সমীক্ষা

আয়ুসী শৰ্মা ২৩ মাৰ্চৰ বিশ্ব বতৰ বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি ক্লাইমেট ফেক্ট চেকে তেওঁলোকৰ ভাৰতীয় পঢ়ুৱৈ আৰু চাবস্ক্ৰাইবাৰসকলৰ মাজত তেওঁলোকৰ বতৰ বিজ্ঞানৰ বিভিন্ন দিশ সন্দৰ্ভত থকা দৃষ্টিভংগী জনাৰ বাবে এক সমীক্ষা চলাইছিল। এই সমীক্ষাটোৱে কিছুসংখ্যক লোকে পৰম্পৰাগত ধৰণৰ ওপৰত…

ভাৰতৰ প্ৰথম লিথিয়ামৰ সন্ধান: আশা আৰু উদ্বেগ

শেহতীয়াকৈ কেন্দ্ৰীয় খনি মন্ত্ৰালয়ে ঘোষণা কৰিছে যে জম্মু-কাশ্মীৰত লিথিয়ামৰ মজুত পোৱা গৈছে, যিটো দেশৰ ভিতৰতে প্ৰথম । ভাৰতীয় ভূতাত্ত্বিক জৰীপে জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাৰ ছালাল-হাইমানা অঞ্চলত ৫৯ লাখ টন অনুমানিক লিথিয়াম সম্পদৰ সম্ভেদ লাভ কৰিছে । কিন্তু সম্পদটো “অনুমান” কৰা হৈছে…

২০২৩ চনত ভাৰতত ভয়াৱহ খৰাং পৰিস্থিতিৰ সৃষ্টি কৰিব পৰা এল নিনো আচলতে কি?

‘এল নিনো’ৰ স্পেনিছ ভাষাত অৰ্থ হ’ল “সৰু ল’ৰা” বা “ক্ৰাইষ্ট চাইল্ড”। NOAৰ মতে, ১৬০০ চনত দক্ষিণ আমেৰিকাৰ মাছমৰীয়াসকলে প্ৰথমবাৰৰ বাবে প্ৰশান্ত মহাসাগৰত পানীৰ অস্বাভাৱিক উষ্ণতা লক্ষ্য কৰাৰ পাছত এই নামটোৰ জন্ম হৈছিল। তেতিয়া ব্যৱহাৰ কৰা সম্পূৰ্ণ নামটো আছিল ‘এল নিনো…

COP27 | লছ এণ্ড ডেমেজ পুঁজিৰ সৃষ্টি হ’ল যদিও ভাৰতৰ সকলো জীৱাশ্ম ইন্ধন পৰ্যায়ক্ৰমে বন্ধ কৰাৰ প্ৰস্তাৱক আওকাণ কৰা হ’ল

প্ৰায় তিনি দশক ধৰি উন্নয়নশীল দেশসমূহে গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত হোৱা ধ্বংসাত্মক ধুমুহা, গৰমৰ ঢৌ আৰু খৰাঙৰ খৰচৰ ক্ষতিপূৰণ দিবলৈ ধনী, উন্নত ৰাষ্ট্ৰৰ পৰা লোকচান আৰু ক্ষতিৰ বাবে ধন বিচাৰি আহিছে। ইজিপ্তত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ জলবায়ু শীৰ্ষ সন্মিলনত অৱশেষত এই…

ভাৰতে COP27ত ‘LiFE’ৰ প্ৰচাৰ কৰিছে কিন্তু গ্ৰেট নিকোবৰৰ দ্বীপত প্ৰায় ৮.৫ লাখ গছ কাটিবলৈ অনুমতি প্ৰদান কৰিছে

২০২২ চনৰ ৪ নৱেম্বৰত COP27 আৰম্ভ হোৱাৰ মাত্ৰ দুদিন পূৰ্বে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী শ্ৰী ভূপেন্দৰ যাদৱৰ নেতৃত্বত কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ে এটা মেগা উন্নয়ন প্ৰকল্পৰ বাবে গ্ৰেট নিকোবাৰ দ্বীপত প্ৰায় ১৩০.৭৫ কিলোমিটাৰ বৰ্গক্ষেত্ৰৰ বনাঞ্চলৰ ডাইভাৰচনৰ বাবে চূড়ান্ত…

ভাৰতৰ নগৰীয়া অৰণ্যসমূহ জলবায়ু পৰিৱৰ্তনৰ বাবে সৰ্বাধিক প্ৰতিকুল পৰিস্থিতিৰ সন্মুখীন হ’ব পাৰে: অধ্যয়ন

বিশ্বব্যাপী এক অধ্যয়নত দেখা গৈছে যে নতুন দিল্লীৰ ৮৬% নগৰীয়া গছৰ প্ৰজাতি আৰু বেংগালুৰুৰ ৭০% নগৰীয়া গছৰ প্ৰজাতিয়ে বৰ্তমান উষ্ণতা সহনশীলতা অতিক্ৰম কৰিছে । নেচাৰ ক্লাইমেট চেঞ্জ নামৰ আলোচনীখনত প্ৰকাশিত গৱেষণাৰ জৰিয়তে ভৱিষ্যদ্বাণী কৰা হৈছে যে ভৱিষ্যতে এই অনুপাত বৃদ্ধি…

আপুনিও এই বৈদ্যুতিক বাহন সম্পৰ্কীয় বিভ্ৰান্তিমূলক তথ্য সমূহৰ চিকাৰ হৈছে নেকি?

English Translated by: Manjori Borkotoky বৈদ্যুতিক বাহন বা (Electrical Vehicle – EV) ইভি হৈছে এনে এখন বাহন যিয়ে প্ৰপালচনৰ বাবে বা চালিত হবলৈ বৈদ্যুতিক মটৰ ব্যৱহাৰ কৰে । এনে বাহনৰ ইঞ্জিন আভ্যন্তৰীণ-দহন ইঞ্জিন ব্যৱস্থাৰ দৰে নহয় যিয়ে চালিত হবলৈ বা…