Physical Address
23,24,25 & 26, 2nd Floor, Software Technology Park India, Opp: Garware Stadium,MIDC, Chikalthana, Aurangabad, Maharashtra – 431001 India
Physical Address
23,24,25 & 26, 2nd Floor, Software Technology Park India, Opp: Garware Stadium,MIDC, Chikalthana, Aurangabad, Maharashtra – 431001 India
By Aayshi Sharma (Translated by Pranjal A Sharma) ভাৰতৰ চৰকাৰে বন (সংৰক্ষণ) আইন, ১৯৮০ সংশোধনৰ উদ্দেশ্যে যোৱা ২৯ মাৰ্চত লোকসভাত উত্থাপন কৰিছিল নতুন বন (সংৰক্ষণ) সংশোধনী বিধেয়ক, ২০২৩ ।নতুন বিধেয়ক অনুসৰি কিছুমান বিশেষ ধৰণৰ বনভূমি এতিয়াৰ পৰা আৰু আইনগতভাৱে সংৰক্ষিত…
আয়ুসী শৰ্মা ২৩ মাৰ্চৰ বিশ্ব বতৰ বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি ক্লাইমেট ফেক্ট চেকে তেওঁলোকৰ ভাৰতীয় পঢ়ুৱৈ আৰু চাবস্ক্ৰাইবাৰসকলৰ মাজত তেওঁলোকৰ বতৰ বিজ্ঞানৰ বিভিন্ন দিশ সন্দৰ্ভত থকা দৃষ্টিভংগী জনাৰ বাবে এক সমীক্ষা চলাইছিল। এই সমীক্ষাটোৱে কিছুসংখ্যক লোকে পৰম্পৰাগত ধৰণৰ ওপৰত…
শেহতীয়াকৈ কেন্দ্ৰীয় খনি মন্ত্ৰালয়ে ঘোষণা কৰিছে যে জম্মু-কাশ্মীৰত লিথিয়ামৰ মজুত পোৱা গৈছে, যিটো দেশৰ ভিতৰতে প্ৰথম । ভাৰতীয় ভূতাত্ত্বিক জৰীপে জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাৰ ছালাল-হাইমানা অঞ্চলত ৫৯ লাখ টন অনুমানিক লিথিয়াম সম্পদৰ সম্ভেদ লাভ কৰিছে । কিন্তু সম্পদটো “অনুমান” কৰা হৈছে…
‘এল নিনো’ৰ স্পেনিছ ভাষাত অৰ্থ হ’ল “সৰু ল’ৰা” বা “ক্ৰাইষ্ট চাইল্ড”। NOAৰ মতে, ১৬০০ চনত দক্ষিণ আমেৰিকাৰ মাছমৰীয়াসকলে প্ৰথমবাৰৰ বাবে প্ৰশান্ত মহাসাগৰত পানীৰ অস্বাভাৱিক উষ্ণতা লক্ষ্য কৰাৰ পাছত এই নামটোৰ জন্ম হৈছিল। তেতিয়া ব্যৱহাৰ কৰা সম্পূৰ্ণ নামটো আছিল ‘এল নিনো…
শেহতীয়াকৈ ২০২২ চনৰ ২৭ ডিচেম্বৰত অসমৰ ডিব্ৰুগড় জিলাত ভয়াৱহ শিলাবৃষ্টিৰ ফলত বিস্তৰ ক্ষতি হৈছিল। খবৰ অনুসৰি প্ৰায় ৫০০ ঘৰৰ ক্ষতিসাধন হৈছিল । উক্ত শিলাবৃষ্টিৰ বিভিন্ন ফটো আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল । শিলাবৃষ্টিৰ ধুমুহাই লাহোৱাল, লেকাই, মৰাণ, টিংখাং,…
দাবী গ্ল’বেল ৱাৰ্মিং বুলি একো নাই, নহ’লে শীতকাল ইমান ঠাণ্ডা নহ’লহেঁতেন। তথ্য গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত শীতকাল অধিক ঠাণ্ডা আৰু অধিক ভয়াৱহ হ’ব পাৰে। তেওঁলোকে কি দাবী কৰে ছ’চিয়েল মিডিয়াত একাধিক পোষ্ট কৰা হৈছে যে গোলকীয় উষ্ণতা বাস্তৱিক নহয় কাৰণ…
প্ৰায় তিনি দশক ধৰি উন্নয়নশীল দেশসমূহে গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত হোৱা ধ্বংসাত্মক ধুমুহা, গৰমৰ ঢৌ আৰু খৰাঙৰ খৰচৰ ক্ষতিপূৰণ দিবলৈ ধনী, উন্নত ৰাষ্ট্ৰৰ পৰা লোকচান আৰু ক্ষতিৰ বাবে ধন বিচাৰি আহিছে। ইজিপ্তত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ জলবায়ু শীৰ্ষ সন্মিলনত অৱশেষত এই…
২০২২ চনৰ ৪ নৱেম্বৰত COP27 আৰম্ভ হোৱাৰ মাত্ৰ দুদিন পূৰ্বে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী শ্ৰী ভূপেন্দৰ যাদৱৰ নেতৃত্বত কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ে এটা মেগা উন্নয়ন প্ৰকল্পৰ বাবে গ্ৰেট নিকোবাৰ দ্বীপত প্ৰায় ১৩০.৭৫ কিলোমিটাৰ বৰ্গক্ষেত্ৰৰ বনাঞ্চলৰ ডাইভাৰচনৰ বাবে চূড়ান্ত…
অৱশেষত ২০২২ চনৰ ৬ নৱেম্বৰৰ পৰা ইজিপ্তৰ শ্বাৰম এল-শ্বেখত আৰম্ভ হৈছে বহু প্ৰত্যাশিত ৰাষ্ট্ৰসংঘৰ জলবায়ু সন্মিলন COP27 । এই সন্মিলনত ৪৫ হাজাৰৰো অধিক পঞ্জীয়নভুক্ত অংশগ্ৰহণকাৰী আৰু ১২০ জনতকৈ অধিক ৰাষ্ট্ৰ আৰু চৰকাৰৰ মুৰব্বীয়ে অংশগ্ৰহণ কৰিছে। ভাৰতীয় প্ৰতিনিধি দলটোৰ নেতৃত্বত আছিল…
২০২২ চনৰ জানুৱাৰীৰ পৰা ছেপ্টেম্বৰ মাহলৈকে ২৭৩ দিনৰ ভিতৰত ২৪১ দিনত ভাৰতত চৰম বতৰৰ পৰিঘটনা ৰেকৰ্ড কৰা হৈছিল। ই প্ৰমাণ কৰিছে যে চলিত বৰ্ষৰ প্ৰথম ৯ মাহৰ প্ৰায় ৯০ শতাংশ সময় দেশৰ এখন বা ততোধিক ঠাই চৰম বতৰৰ পৰিঘটনাৰ সাক্ষী…