Tag Factcheck

কিদৰে জলবায়ু পৰিৱৰ্তনে উত্তৰ-পূব ভাৰতৰ বানপানীক অধিক ভয়াৱহ কৰি তুলিছে

English Translated by : Manjori Borkotoky “বৰষুণৰ দেৱতা কেতিয়াও ইমান নিৰ্দয় হোৱা নাছিল। শেষবাৰৰ বাবে কেতিয়া এনে হৈছিল মনত পেলাব পৰা নাই, ইমান কম সময়ৰ ভিতৰত ইমান বৰষুণ!’-অসমৰ মৰিগাঁও জিলাৰ এজন প্ৰান্তীয় কৃষক মুকুট দাসে কয়। দাসে হয়তো তেওঁৰ বক্তব্যত…