Tag COP27

COP27 | লছ এণ্ড ডেমেজ পুঁজিৰ সৃষ্টি হ’ল যদিও ভাৰতৰ সকলো জীৱাশ্ম ইন্ধন পৰ্যায়ক্ৰমে বন্ধ কৰাৰ প্ৰস্তাৱক আওকাণ কৰা হ’ল

প্ৰায় তিনি দশক ধৰি উন্নয়নশীল দেশসমূহে গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত হোৱা ধ্বংসাত্মক ধুমুহা, গৰমৰ ঢৌ আৰু খৰাঙৰ খৰচৰ ক্ষতিপূৰণ দিবলৈ ধনী, উন্নত ৰাষ্ট্ৰৰ পৰা লোকচান আৰু ক্ষতিৰ বাবে ধন বিচাৰি আহিছে। ইজিপ্তত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ জলবায়ু শীৰ্ষ সন্মিলনত অৱশেষত এই…

ভাৰতে COP27ত ‘LiFE’ৰ প্ৰচাৰ কৰিছে কিন্তু গ্ৰেট নিকোবৰৰ দ্বীপত প্ৰায় ৮.৫ লাখ গছ কাটিবলৈ অনুমতি প্ৰদান কৰিছে

২০২২ চনৰ ৪ নৱেম্বৰত COP27 আৰম্ভ হোৱাৰ মাত্ৰ দুদিন পূৰ্বে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী শ্ৰী ভূপেন্দৰ যাদৱৰ নেতৃত্বত কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ে এটা মেগা উন্নয়ন প্ৰকল্পৰ বাবে গ্ৰেট নিকোবাৰ দ্বীপত প্ৰায় ১৩০.৭৫ কিলোমিটাৰ বৰ্গক্ষেত্ৰৰ বনাঞ্চলৰ ডাইভাৰচনৰ বাবে চূড়ান্ত…

COP27ত ভাৰতীয় এজেণ্ডাত কি আছে জানো আহক!

অৱশেষত ২০২২ চনৰ ৬ নৱেম্বৰৰ পৰা ইজিপ্তৰ শ্বাৰম এল-শ্বেখত আৰম্ভ হৈছে বহু প্ৰত্যাশিত ৰাষ্ট্ৰসংঘৰ জলবায়ু সন্মিলন COP27 । এই সন্মিলনত ৪৫ হাজাৰৰো অধিক পঞ্জীয়নভুক্ত অংশগ্ৰহণকাৰী আৰু ১২০ জনতকৈ অধিক ৰাষ্ট্ৰ আৰু চৰকাৰৰ মুৰব্বীয়ে অংশগ্ৰহণ কৰিছে। ভাৰতীয় প্ৰতিনিধি দলটোৰ নেতৃত্বত আছিল…

পৃথিৱীজুৰি সদ্য চৰ্চিত ‘COP27’ মানে কি? জানো আহক

যদি আপুনি শেহতীয়াকৈ টুইটাৰ বা ফেচবুক বা আন ঠাইত ‘COP27’ শব্দটো দেখিছে আৰু ইয়াৰ বিষয়ে জানিব বিচাৰিছে, তেন্তে এই লেখাটো পঢ়ক!  ‘COP’ নামৰ সংক্ষিপ্ত ৰূপটোৱে কি বুজায়? COP মানে ‘Conference Of Parties’ আৰু ই ৰাষ্ট্ৰসংঘই আয়োজন কৰা বিশ্ব নেতাসকলৰ ‘জলবায়ু…