Tag New Forest Policy

ভাৰতৰ নতুন বন সংৰক্ষণ বিধেয়ক: আশীৰ্বাদ নে অশান্তি?

By Aayshi Sharma (Translated by Pranjal A Sharma) ভাৰতৰ চৰকাৰে বন (সংৰক্ষণ) আইন, ১৯৮০ সংশোধনৰ উদ্দেশ্যে যোৱা ২৯ মাৰ্চত লোকসভাত উত্থাপন কৰিছিল নতুন বন (সংৰক্ষণ) সংশোধনী বিধেয়ক, ২০২৩ ।নতুন বিধেয়ক অনুসৰি কিছুমান বিশেষ ধৰণৰ বনভূমি এতিয়াৰ পৰা আৰু আইনগতভাৱে সংৰক্ষিত…