Tag Heat wave

ভাৰতে গ্ৰীষ্মপ্ৰৱাহৰ সম্মুখীন হোৱাৰ সময়তে ইয়াক ৰাষ্ট্ৰীয় দুৰ্যোগ তালিকাত অন্তৰ্ভুক্ত কৰাৰ আবেদন সাংসদৰ 

Translated by: Debanjana Baishya ভাৰতত গ্ৰীষ্মপ্ৰৱাহৰ ক্ৰমবৰ্ধমান প্ৰভাৱৰ বাবে এতিয়া ভাৰতৰ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে সামৰি লোৱা দুৰ্যোগৰ ৰাষ্ট্ৰীয় তালিকাত ইয়াক অন্তৰ্ভুক্ত কৰাৰ দাবী উত্থাপন কৰা হৈছে। দেশজুৰি সঘনাই গ্ৰীষ্মপ্ৰৱাহে সৃষ্টি কৰা জনস্বাস্থ্য সংকটৰ সমাধানৰ বাবে অসমৰ পৰা…