Tag PlasticBaninIndia

ভাৰতত ‘ছিংগল ইউজ প্লাষ্টিক‘ৰ ওপৰত নিষেধাজ্ঞা: এক বাস্তৱতা পৰীক্ষা

English ছ’চিয়েল মিডিয়াত সক্ৰিয় যিকোনো ব্যক্তিয়ে নিশ্চয়কৈ বন্যপ্ৰাণী বিশেষকৈ জলজ জীৱবোৰে শ্বাসৰুদ্ধ হৈ মূৰ বা ডিঙি প্লাষ্টিকৰ আৱৰ্জনাত আবদ্ধ হৈ থকা, কেতিয়াবা আনকি প্লাষ্টিক সেৱনৰ ফলত বিপৰ্যয়জনক পৰিণতিৰ অসংখ্য পোষ্ট আৰু ছবিৰ সন্মুখীন হ’বলগীয়া হৈছে। ‘ৰেপাৰ’ৰ পৰা আৰম্ভ কৰি কেৰী…