Tag Hailstorm

জলবায়ু পৰিৱৰ্তনৰ বাবে ‘মৰাণ শিলাবৃষ্টি’ৰ দৰে ঘটনা সঘনাই সংঘটিত হৈছে নেকি?

শেহতীয়াকৈ ২০২২ চনৰ ২৭ ডিচেম্বৰত অসমৰ ডিব্ৰুগড় জিলাত ভয়াৱহ শিলাবৃষ্টিৰ ফলত বিস্তৰ ক্ষতি হৈছিল। খবৰ অনুসৰি প্ৰায় ৫০০ ঘৰৰ ক্ষতিসাধন হৈছিল । উক্ত শিলাবৃষ্টিৰ বিভিন্ন ফটো আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল । শিলাবৃষ্টিৰ ধুমুহাই লাহোৱাল, লেকাই, মৰাণ, টিংখাং,…