Tag Drought

২০২৩ চনত ভাৰতত ভয়াৱহ খৰাং পৰিস্থিতিৰ সৃষ্টি কৰিব পৰা এল নিনো আচলতে কি?

‘এল নিনো’ৰ স্পেনিছ ভাষাত অৰ্থ হ’ল “সৰু ল’ৰা” বা “ক্ৰাইষ্ট চাইল্ড”। NOAৰ মতে, ১৬০০ চনত দক্ষিণ আমেৰিকাৰ মাছমৰীয়াসকলে প্ৰথমবাৰৰ বাবে প্ৰশান্ত মহাসাগৰত পানীৰ অস্বাভাৱিক উষ্ণতা লক্ষ্য কৰাৰ পাছত এই নামটোৰ জন্ম হৈছিল। তেতিয়া ব্যৱহাৰ কৰা সম্পূৰ্ণ নামটো আছিল ‘এল নিনো…